Ab Tera Kya Hoga Kaliya Poem. A beautiful Assamese Poem by Tapan Das from the Assamese Movie RAJNEETI. The Movie Will be releasing Soon.Featuring Zubeen Garg, Tapan Das, Barsha Rani Bishaya in lead role. All Credit Goes to The Hardworking Team Of RAJNEETI. enjoy the Lyrics of the Asamese poem

Assamese Poem Credits
Poet: Tapan Das
Recited By: Tapan Das
Music: Zuben Garg, Tarali Sharma & More
MUSIC LABEL – DHWANI RECORDS
Listen & Assamese song Free Download
- Ab Tera Kya Hoga Kaliya Poem- Rajneeti Tapan Das|Rajneeti 2:26
Ab Tera Kya Hoga Kaliya Poem Assamese Poem
Ab Tera Kya Hoga Kaliya
টাৰ্গেট খন পছিছে হে
কিমান পছিছে ?
Something is Wrotten
in the State of denmark
গনতন্ত্রৰ চতুৰ্থ স্তম্ভ ও আজি দাগি
Intensive Care of ৰাজনীতিৰ নীল প্ৰজাপতি!
চিকাৰ কোন? চিকাৰী কোন?
কোনেও নকয়।
বিকল্প নাই, বিকল্প নাই
সকলোৱে কয়,
ভূমি দোষ, ভূমি দোষ
দোষ এই ভূমি খন্ডৰ।
ভূমি যেন জীৱন্ত কিন্নৰ,
ৰক্ত গুলাপ ও হব পাৰে
দুষ্ট গুলাপ, কোৱা মানা..
গনতন্ত্রৰ সময়তো গনতন্ত্রৰ
কথা কোৱা মানা…
খোৰাই খোৰাই আগবাঢে দিনকাল
হয় বছৰ গণণা।
Ek Macchar..মহ এটা..Mosquito
পাখি কোবায় ছেকেণ্ডত ৬০০ বাৰ
বিজ্ঞানীৰ মতে,
আটাইতকৈ চাফা জীৱ..
পৃথিৱীৰ সৰ্বশ্রেষ্ঠ পৰিষ্কাৰ
কিন্তু..তেজ শোহে
Blood Sucker…
একেদৰে চাফা মুখ,
চাফা হাঁহি, চাফা নাচ, চাফা গান
চাফা সাহিত্য়, চাফা বাণিজ্য়
চাফা বিজ্ঞাপন, চাফা ইমেজ,
এজেন্ডা, Teaser-Trailor ও চাফা
কিন্তু লেতেৰা নিৰ্বাচন।
অৱশ্য়ে সৰ্বশেষ চাফা
বিজয়ডংকা…
বিজয় নিচা।
Ab Tera Kya Hoga Kaliya
টাৰ্গেট খন…
সংকুচিত দেশৰ সিমান্ত
দিনে দিনে যায় কমি..
বাঢে মাথো বাঢে
বিষন্ন বিপন্ন দেশ আৰু
তাৰ মাটিকালি
বিষন্ন বিপন্ন দেশ আৰু
তাৰ মাটিকালি
বিষন্ন বিপন্ন দেশ আৰু
তাৰ মাটিকালি…..।
Ab Tera Kya Hoga Kaliya Poem Video
Listen Ab Tera Kya Hoga Kaliya Poem
- YouTube Music: http://gestyy.com/et4NAL
More Assamese Movie Playlist