Aaxa Lyrics. A beautiful Assamese Motivational song by Arindam Gohain & Abhi Saikia released recently. The song describes that how hard the life is. Lyrics of this Song are written by Rulee Gohain and Ranjan Gohain.Also Check the Tumar Ukhahot Lyrics- Neel Akkaksh. Enjoy the new Assamese song..

Audio Credits:
Song- Aaxa Lyrics
Singer- Arindam Gohain
Lyrics- Rulee Gohain and Ranjan Gohain
Music: Babonn Bornil
Mixed & Mastered by Abhi Saikia
Listen & Assamese song Free Download
- Aaxa Abhi Saikia x Arindam Gohain 5:00
👇Click Here to Download Mp3👇
Aaxa Lyrics Assamese Song
আকাশৰ তৰা দেখি
হেজাৰ সপোন ৰচা
আশা আৰু নিৰাশাৰ
নদীতে হেৰাই যোৱা
জীৱনৰ এই জটিলতাত
থমকি ৰ’ও, বাৰে বাৰে
সপোনে ও দিঠকতে
ভুমুকিয়ায় চকুলোৰে
নালাগে নাহিবি সোঁৱৰণি মোৰ
নুফুৰু আৰু বিচাৰি
জীৱনে কি দিলে
আৰু কি নিদিলে
নাথাকো অতীত সাৱতি
যাম আজি আগুৱাই
পোহৰ ধিয়াই
জীৱনৰ প’দে পলে
সপোন জীয়াই
খোজে প্ৰতি দেখোন
অলেখ উজুতি খালোহপোহৰৰ এই বাটতে
হতাশা হাততে পালো
ক’লা মেঘে আৱৰে
সপোনৰ এই বাটচৰা
মন ফুলনিৰ আশাৰ
ফুল পাহি সৰি পৰা
নালাগে নাহিবি সোঁৱৰণি মোৰ
নুফুৰু আৰু বিচাৰি
জীৱনে কি দিলে
আৰু কি নিদিলে
নাথাকো অতীত সাৱতি
যাম আজি আগুৱাই
পোহৰ ধিয়াই
জীৱনৰ প’দে পলে
সপোন জীয়াই
দুহাত মেলি পোহৰ সাবতি
নামিল সপোন সোনালী
অনিলো সময়ৰ গতিক অজোৰি
দিগন্তক বিচাৰি
নালাগে নাহিবি সোঁৱৰণি মোৰ
নুফুৰু আৰু বিচাৰি
জীৱনে কি দিলে
আৰু কি নিদিলে
নাথাকো অতীত সাৱতি
যাম আজি আগুৱাই
পোহৰ ধিয়াই
জীৱনৰ প’দে পলে
সপোন জীয়াই
Aaxa New Assamese Video Song
Also Check