Aabelir Akashe Nasise Lyrics in Assamese. A New Assamese song was released recently by Rupam Bhuyan. The song makes a connection with nature and Love. The lyrics of this song are written by Dr. Dhiren Kumar Nath. Enjoy the Assamese song lyrics

Audio Credits
Song – Aabelir Akashe Nasise
Singer – Rupam Bhuyan
Composition – Mon Arohan
Lyrics – Dr Dhiren Kumar Nath
Music – Rakesh Boro
Producer – Anurag Nath
Listen & New Assamese Song Download
- Aabelir Akashe Nasise Rupam Bhuyan
👇Click Here to Download Mp3👇
Aabelir Akashe Nasise Lyrics in Assamese
আবেলিৰ আকাশে নাছিছে
হেঙুলী বৰণে ঢাকিছে
কেতেকী সুৰণিৰ পাহিতে
নিয়ৰৰ তুলিকাই আঁকিছে
আবেলিৰ আকাশে নাছিছে
হেঙুলী বৰণে ঢাকিছে…
সপোনত চেনেহী প্ৰহৰৰ আকুলী
ৰাগিনী উষাহত লহৰৰ ধেমালী
এবেলীৰ বতাহে সুধিছে
সন্ধিয়া কেতিয়া নামিছে
অ….আবেলিৰ আকাশে নাছিছে
হেঙুলী বৰণে ঢাকিছে
সুৰিয়া ডাৱৰৰ ইপাৰে সিপাৰে
নৈখনা দৈয়াঙৰ পানীয়ে উমলে
প্ৰণয়ৰ জোনাকে সুধিছে
সন্ধিয়া কেতিয়া নামিছে
অ….আবেলিৰ আকাশে নাছিছে
হেঙুলী বৰণে ঢাকিছে