ফাগুন Fagun Lyrics-Assamese song By Zubeen Garg

Application Launched/Get It Now For Free

ফাগুন Fagun New Assamese Song By Zubeen Garg. Released in 2020. Music & Tuned by Jayanta Kakati.

Fagun Lyrics
Image Source: Youtube

“ফাগুন” Song Info

➤ Singer: Zubeen Garg
➤ Lyrics: Sasanka Samir
➤ Music: Jayanta Kakati

Fagun” Song Lyrics

সমীৰে দিবগৈ
ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি
স্মৃতিয়ে কবগৈ
পাহৰা ক্ষনতে
মই নথকাৰ কাহিনী
পাৰিবানে তুমি
সিদিনা হাহিব
অতীতৰ ছবিবোৰ
এলাগী কৰিব
মই নোহোৱাৰ বাতৰি শুনি
মই নথকাৰ কাহিনী জানি
সমীৰে দিবগৈ
ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি
স্মৃতিয়ে কবগৈ
পাহৰা ক্ষনতে
মই নথকাৰ কাহিনী
সময় বাগৰি
আঘুণৰ কুঁৱলী
শৰীৰত শিপালে
আমাৰ পুৰণি
সাধুবোৰ সুঁৱৰি
পাবানে নিজকে
সপোন আদৰা তমখা
জোনাকৰ এঙাৰ পাবা
সমীৰে দিবগৈ
মই নোহোৱাৰ বাতৰি
নতুন আদৰি
কুঁহিপাত পাহৰি
ৰদাকাস চুবলে
আচিন আলহী
ধুমুহাত সাৱটি
প্ৰতিভাত পাবানে
যাযাবৰ সৰাপাতে তোমাক
কবহি মোৰাই কথা
সমীৰে দিবগৈ
ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি
স্মৃতিয়ে কবগৈ
পাহৰা ক্ষনতে 
মই নথকাৰ কাহিনী
পাৰিবানে তুমি
সিদিনা হাহিব
অতীতৰ ছবিবোৰ
এলাগী কৰিব
মই নোহোৱাৰ বাতৰি শুনি
মই নথকাৰ কাহিনী জানি
সমীৰে দিবগৈ
ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি
স্মৃতিয়ে কবগৈ
পাহৰা ক্ষনতে
মই নথকাৰ কাহিনী

Fagun” Song Video

Listen and Download Mp3 Song Of “”

Categories

error: Content is protected !!